ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ত “ভাষা গৌৰৱ সপ্তাহ” উদযাপন
আজি ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ত “ভাষা গৌৰৱ সপ্তাহ” উদযাপন কৰা হয় । এই কার্যসূচী ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰ লৈ চলিব। আজি এই “ভাষা গৌৰৱ সপ্তাহ” উদযাপন কৰা হয় ।অধ্যাপক কাশ্বেম আলী আহমেদৰ সভাপতিত্বত , অধ্যাপক পাশান আলী ( অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, অসমীয়া বিভাগ, ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়)মুখ্য বক্তা হিচাপে -অসমীয়া ভাষাৰ বিকাশ আৰু প্ৰত্যাহ্বান বিষয়ৰ ওপৰত বিতং বাবে আলোচনা কৰে । এই অনুস্টানত মহাবিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ।
2024-11-05